Friday 8 April 2016

কিছু পাগল মই



               

আজি ৰাতিয়ে যাব পাৰো তোমাৰ ওচৰলৈ ।

দিৱ পাৰো আমাৰ প্রেমৰ সৰ্বোত্তম উপহাৰ ।


নিসিদ্ধ ৰাতিত জাগি উঠা কিছু কেচা মৰম ।


যাৰ চুমা পৰশত ফুলিব এপাহি তেজ ৰঙা গোলাপ !!!!


কিছু পাগল মই, জানানে ?????.....

তুমি মোৰ হৃদয়ৰ ভাৰ্জিন ।

তোমাৰ যৌৱনৰ নিচাত মাতাল হওঁ মই ।


কি কৰিবা নষ্ট ল'ৰা যে মই !!!...
..

 ৰূপজ্যোতি