"সময়"
আৱাসী মনত প্ৰৱাসী চিন্তা,
দ্ৰুত বেগেৰে দৌৰে সময়ৰ ঘোঁৰা।
হাবিয়াস বাস্তৱৰ,
অসম্ভৱ নহয় সপোনৰ ঘোঁৰা।
প্ৰেমৰ এই যাত্ৰাত ব্যৰ্থ হয় যাযাবৰী জীৱন।
যান্ত্ৰিক জীৱনৰ ব্যস্ততা পাহৰি তোমাতেই বিলীন মন,
উন্মনা প্ৰেমত উন্মাদিনী এই সময় !
তোমাৰ মাজতে স্তব্ধ মোৰ সময়,
তোমাৰ লগতহে এই সময়ৰ যাত্ৰা ৰহস্যময় !
So, End of a decade, 2020 was hard for
humanities but we made it together💗. Anyway, at the end of the year collected lots of
experiences, made new friends and connections. Thank you, God, and everyone for being with me 🙏.
Also, congratulations to us we survived 2020 🙌💝.
Finally end of a great era of my life 2010-20 😍.
Thank you so much to our blog readers and well-wishers for your love and support. Love you all 💜💚💛
Now welcome to 2021 with the blessings of god
let's start this year with new thoughts and hopes 💙💚💜
May God bless you all 🙏
Rupjyoti Talukdar
Cheers for 2021