Saturday 12 December 2015

মনৰ কথা



 সাহিত্য হৈছে এটা জাতিৰ দাপোন, সাহিত্য  অবিনে জাতি এটাৰ বৰ্তমান বা ভৱিষ্যত বুলিৱলৈ একো নাথাকিৱ ।

 নৱপ্রজন্মৰ জন প্ৰতিনিধী হিচাপে এই Blogger বা অন্যান্য মাধ্যমৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা  কৰিছো l

সকলোৱে আমাৰ এই প্রচেষ্টাত সহায় কৰিৱ বুলি আশা কৰিলো। কিবা ভুল হ'লে মৰমেৰে শুধৰাই দিব বুলি আশা কৰিলো । আপোনালোকৰ আশীৰ্বাদৰ আশাৰে....।

একবিংশ শতিকাত  অসমীয়া সাহিত্য় ভালপোৱা অসমীয়াৰ হাতত ।


ধন্য়বাদ,



Rupjyoti Talukdar

(Team Rupjyoti-ৰূপজ্য়োতি)

 

No comments:

Post a Comment

Thank you for your love and support.